Super Mock Test for ADRE2.0 - Set 5
September 21, 2026
Total number of Questions: 10
1.
Government of India adopted Economic reform Policy in- ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰে-
2.
The correct full form of CTBT- CTBT ৰ শুদ্ধ সম্পূর্ণ ৰূপটো হ'ল-
3.
In which year the Sarkaria commission was set up? কোন চনত চাৰকাৰিয়া আয়োগ গঠন কৰা হৈছিল?
4.
The Chairman of the Drafting Committee of the Constitutions of India was- ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল-
5.
The growth of all organs are stimulated by which gland? সকলো অংগৰ বৃদ্ধি কোন গ্রন্থিৰ সহায়ত উদ্দিপন হয়?
6.
The Number of members of the economic and social council of the UN is - ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা হ'ল-
7.
The Headquarter of South Asian Association for Regional Cooperation.(SAARC) দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত-
8.
The National Highway (NH) that connects Jorhat with Nagaon is- যোৰহাট আৰু নগাওঁ সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল-
9.
Guwahati Bank was established in- গুৱাহাটী বেংক স্থাপন হৈছিল-
10.
Which among the following gas leads largest contribution in Global warming? তলৰ কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধিত সর্বাধিক অৰিহণা যোগায়?
Post Comment