1.
The Armed Forces Medical College is situated in which of the following city? নিম্নলিখিত কোনখন চহৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত?
2.
Jorhat Sarbajanik Sabha was founded in which year? যোৰহাট সৰ্বজনিক সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল?
3.
What is the chemical name of common salt? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?
4.
Which article in Indian Constitution states about Fundamental Duties? ভাৰতীয় সংবিধানৰ কোনটো ধাৰাত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে?
5.
Which of the following rivers flows from east to west? তলৰ কোনখন নদীৰ পূবৰ পৰা পশ্চিমলৈ বৈ যায় ?
6.
Study of birds is called: চৰাইৰ অধ্যয়নক কোৱা হয়:
7.
Who was the author of 'Buddha Charita'? 'বুদ্ধ চৰিত'ৰ ৰচনা কোনে কৰিছিল?
8.
The city of Baghdad is situated on the bank of which river? বাগদাদ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত?
9.
Which planet looks reddish in the night sky? আকাশত কোনটো গ্ৰহ ৰাতি ৰঙা দেখা যায়?
10.
The first Tea Company by British in Assam was established in which year? অসমত ইংৰাজৰ দ্বাৰা প্ৰথম চাহ কোম্পানী কোন বছৰত প্ৰতিষ্ঠা হৈছিল?
11.
The Cripps Mission led by Sir Stafford Cripps came to India in which year? ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ নেতৃত্বত ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল?
12.
The Headquarters of central Railway is situated in কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয়ত অৱস্থিত...
13.
Who can declare a national emergency in India? ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কোনে ঘোষণা কৰিব পাৰে?
14.
Who discovered the south pole? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিলে?
15.
The term 'Back-Stick' is used in which of the following sports? তলৰ কোনটো খেলত ‘বেক-ষ্টিক’ শব্দটো ব্যৱহাৰ কৰা হয়?
16.
Which Ahom king built the Rudreshwar and Sukleshwar Devalaya ? কোনজন আহোম ৰজাই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল?
17.
Gobi Desert is situated in which continent? গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত?
18.
Which one of the following planets has the largest number of natural satellites or moons? তলৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ?
19.
Which of the following river originates from the Laisang Peak? তলৰ কোনখন নদী লাইচেং শৃংগৰ পৰা উৎপত্তি হৈছে?
20.
Who gave the title of 'Sardar' to Vallabhbhai Patel? বল্লভভাই পেটেলক কোনে ‘চৰ্দাৰ’ উপাধি দিছিল?
21.
Q102.In which year was the 42nd Constitutional Amendment Act passed? কোন বছৰত 42 সংখ্যক সাংবিধানিক সংশোধনী আইন গৃহীত হৈছিল?
22.
The Sardar Sarovar dam is constructed on which of the following rivers? তলৰ কোনখন নদীত চৰ্দাৰ সৰোৱৰ বান্ধ নিৰ্মিত?
23.
Which of the following was written by Kalidasa? তলৰ কোনখন গ্ৰন্থ কালিদাসে লিখিছিল ?
24.
Who was the first Tirthankara of Jain religion? জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল ?
25.
King Porus was defeated by Alexander the in which of the the Battles? নিম্নলিখিত কোনখন যুদ্ধত ৰজা পোৰাছক আলেকজেণ্ডাৰে পৰাস্ত কৰিছিল ?
26.
Which Ahom King First Created the post of Burahagohain? কোনজন আহোম ৰজাই প্ৰথমে বুঢ়াগোহাঁইৰ পদ সৃষ্টি কৰিছিল?
27.
Who wrote the book, Ramcharitamanas? ৰামচৰিতমানস নামৰ পুথিখন কোনে লিখিছিল?
28.
Where are the Hanging Gardens, which are considered as one of the Seven Wonders of the World, situated? পৃথিৱীৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত এটা বুলি বিবেচিত ওলমা বাগিচাখন ক’ত আছে?
29.
Who is called the Napoleon of Ancient India? কোনজনক ভাৰতৰ প্ৰাচীন নেপোলিয়ন বুলি কোৱা হয়?
30.
The Bhortal Nritya is originated from which place? কোন স্থানৰ পৰা ভোৰতাল নৃত্যৰ উৎপত্তি হৈছে?
31.
Which dance of the following is the classical dance of Andhra Pradesh? তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্রপ্রদেশৰ ?
32.
What is the Upper House of Indian Parliament known as? ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়?
33.
How many natural satellites does the planet Saturn have? শনি গ্ৰহটোৰ কিমান প্ৰাকৃতিক উপগ্ৰহ আছে?
34.
Who is regarded as the father of Indian prehistoric archaeology? ভাৰতীয় প্ৰাগঐতিহাসিক পুৰাতত্ত্বৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
35.
Who was the first Speaker of the Lok sabha of Independent India? স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
36.
Which among the following festivals is celebrated as the Telugu New Year? তলৰ কোনটো উৎসৱক তেলেগু নৱবৰ্ষ হিচাপে পালন কৰা হয়?
37.
Blood sugar level in the body is reduced by শৰীৰত তেজৰ চেনিৰ মাত্ৰা হ্ৰাস পায়
38.
Which of the following States is the easternmost state of India? তলৰ কোনখন ৰাজ্য ভাৰতৰ একেবাৰে পূব সীমান্তত অৱস্থিত?
39.
What is the chemical symbol of ‘gold’? ‘সোণ’ৰ ৰাসায়নিক প্ৰতীক কি?
40.
In which year did Indian Men's Hockey team win its first Olympic gold medal? কোন বছৰত ভাৰতীয় পুৰুষ হকী দলে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল?
41.
In which Indian State is Aligarh city situated? আলিগড় চহৰ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত?
42.
Which of the following amendments inserted Article 21A in Indian constution? তলৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত 21A অনুচ্ছেদ সন্নিবিষ্ট কৰা হৈছিল?
43.
‘The Race of my Life’ is the autobiography of which of the following sportsmen? ‘মোৰ জীৱনৰ দৌৰ’ তলত উল্লেখ কৰা কোনজন খেলুৱৈৰ আত্মজীৱনী?
44.
What is the boundary line between India and China Called? ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক কি বুলি কোৱা হয়?
45.
Vikramaditya is another name of which Gupta ruler? বিক্ৰমাদিত্য কোন গুপ্ত শাসকৰ আন এটা নাম ?
46.
Who was the last ruler of Tughlaq dynasty? তুগলাক বংশৰ শেষ শাসক কোন আছিল?
47.
Which of the following diseases is caused by bacteria? তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয়?
48.
Lakshadweep is located in which of the following seas? লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত?
49.
River Ganga, after entering Bangladesh is known by which of the following names? গংগা নদী, বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত তলৰ কোনটো নামৰ দ্বাৰা জনা যায়?
50.
Who drew the emblem of Asam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
51.
‘Rani ki vav’ motif is present on which of the following currency notes? ‘ৰাণী কি ভৱ’ ম'টিফটো নিম্নলিখিত কোন মুদ্ৰা নোটত উপস্থিত?
52.
Who was the first female Muslim ruler of India? ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক কোন আছিল?
53.
The spring festival celebrated by Konyak tribe of Nagaland is known as ___ নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীয়ে পালন কৰা বসন্ত উৎসৱটোক কি নামেৰে জনা যায়?
54.
Nanda Devi National Park is located in which state of India? নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
55.
When was the national anthem adopted in its Hindi version? হিন্দী ভাষাত ৰাষ্ট্ৰীয় সংগীত কেতিয়া গ্ৰহণ কৰা হৈছিল?
56.
When did the peasant revolt of Rangiya take place? ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
57.
First Indian appointed as the Governor of the Reserve Bank of India was ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱা প্ৰথম ভাৰতীয় আছিল?
58.
Malta is located in which of the following seas? তলৰ কোনটোত সাগৰৰ মাল্টা অৱস্থিত ?
59.
Which among the following is the highest plateau in the world? তলৰ দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি?
60.
The number of Planets in Our Solar System which have rings around them is - আমাৰ সৌৰজগতৰ কিমানটা গ্ৰহৰ তাৰ চাৰিওফালে আঙুঠি আছে
61.
Which among the following diseases is not spread by mosquitoes? তলৰ কোনটো ৰোগ মহৰ দ্বাৰা বিয়পি নাযায়?
62.
Who among the following was the founder of Slave Dynasty in India? ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
63.
Sukumar Barkaith was a court poet of which Ahom king? সুকুমাৰ বৰকাইথ কোন আহোম ৰজাৰ দৰবাৰ কবি আছিল?
64.
The Palk Strait separates India from____ পালক জলদ্বীপে ভাৰতক পৃথক কৰি ৰাখিছে____
65.
Where are the Headquaters of UNICEF situated? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
66.
During the reign of which ahom king did the frist war between the Ahom and the koch take place? কোন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কোচৰ মাজত প্ৰথম যুদ্ধ হৈছিল?
67.
In which year was the Treaty of Asura Ali signed between the Ahom and the Mughals? কোন চনত আহোম আৰু মোগলৰ মাজত অসুৰৰ আলী সন্ধি স্বাক্ষৰিত হৈছিল?
68.
Tripitakas are the sacred books of which of the following religions? তলত দিয়া ধৰ্মসমূহৰ ভিতৰত ত্ৰিপিটক কাৰ পবিত্ৰ গ্ৰন্থ ?
69.
Who composed the song “Sare Jahan se Achha Hindustan Hamara”? “চাৰে জাহা ছে আচ্ছা হিন্দুস্তান হামাৰা” গীতটো কোনে লিখিছিল?
70.
Which canal connects Atlantic Ocean with Pacific Ocean? কোনটো খালে আটলাণ্টিক মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে?
71.
Which of the following Indian States does not share its boundary with Myanmar? তলৰ কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ নকৰে?
72.
What is the chemical name of ‘bleaching powder’? ‘ব্লিচিং পাউদাৰ’ৰ ৰাসায়নিক নাম কি?
73.
Which of the following is an Indian Research Station in the Antarctica Region? তলৰ কোনটো এন্টাৰ্কটিকা মহাদেশৰ ভাৰতীয় গৱেষণা কেন্দ্ৰ?
74.
Where is the Headquarters of the World Health Organization situated? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
75.
Who won the First Battle of Panipat? পাণিপথৰ প্রথম যুদ্ধত কোনে জয়ী হৈছিল?
76.
Which Satra was established by Ahom king Jayadhwaj Singha? আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল ?
77.
Which of the following is known as 'Khajuraho of Assam' ? তলৰ কোনটোক 'অসমৰ খাজুৰাহো' বুলি জনা যায় ?
78.
Avesta is the holy book of which religion? আভেষ্টা কোন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ?
79.
On which date is National Sports Day observed in India? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়?
80.
The nucleus of a living cell contains which of the following? এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে?
81.
Which of the following States shares a common boundary with Bhutan? তলৰ কোনখন ৰাজ্যই ভূটানৰ সৈতে উমৈহতীয়া সীমাৰেখা ভাগ কৰে?
82.
Who was the Mughal emperor during the 1857 revolt in India? 1857 চনৰ ভাৰতৰ বিদ্ৰোহৰ সময়ত কোন আছিল মোগল সম্ৰাট?
83.
The first Newspaper published in India was ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখন আছিল...
84.
What was the old name of chennai? চেন্নাইৰ পুৰণি নাম কি আছিল?
85.
Which poet of Assam is fondly called " Bihogi Kavi" ? অসমৰ কোনজন কবিক মৰমেৰে " বিহগী কবি" বুলি কোৱা হয়?
86.
Which Indian State has the longest coastline? ভাৰতীয় কোনখন ৰাজ্যৰ উপকূল দীঘলীয়া?
87.
Who among the following leaders was not a President of India? তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল?
88.
Which Ahom king shifted his capital to Bokota near Dihing? কোনজন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকোতালৈ স্থানান্তৰিত কৰিছিল?
89.
Varanasi is situated on the bank of which river? বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত?
90.
In perspective of International Organizations and their Headquarters, find out the odd one. আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বিচাৰি উলিওৱা
91.
Ayushman Bharat Yojana was launched in which year? আয়ুষ্মান ভাৰত যোজনা কোন বছৰত আৰম্ভ হৈছিল?
92.
Who was the viceroy of India during the partition of Benal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?
93.
What is the longest river of the world? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন?
94.
Which movement did Gandhi suspend because of the Chauri-Chaura incident? চৌৰিচৌৰা ঘটনাৰ বাবে গান্ধীজীয়ে কোনটো আন্দোলন বন্ধ কৰিছিল?
95.
Where is the world’s largest hot desert lake situated? বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ্ৰদটো ক’ত অৱস্থিত?
96.
Q27.When was Radcliff line drawn between India and Pakistan? (ভাৰত আৰু পাকিস্তানৰ সীমা হিচাপে ৰেডক্লিফ ৰেখা কেতিয়া গ্রহণ কৰা হৈছিল?)
97.
Where in Northeast India is Kangla fort located ? কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত?
98.
Deficiency of vitamin A causes ভিটামিন এৰ অভাৱৰ ফলত
99.
Which river is also known as the Tsangpo river in Tibet? কোনখন নদীক তিব্বতত ছাংপো নদী বুলিও জনা যায়?
100.
Which Ahom King is also known “Bamuni Konwar”? কোনজন আহোম ৰজাক “বামুনি কোঁৱৰ” বুলি জনা যায়?
101.
Manas National Park is situated in the foothill of which region? মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত?
102.
Badrinath temple is located on the bank of which river? বদ্ৰীনাথ মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত?
103.
Which of the events of Buddha’s life is known as ‘Mahabhinishkramana’? বুদ্ধৰ জীৱনৰ কোনটো ঘটনাক ‘মহাভিনিষ্ক্ৰমণ’ বুলি জনা যায়?
104.
How many Fundamental Rights are mentioned in our Constitution ? ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে?
105.
Which one of the following countries is known as ‘land of thousand lakes’? তলৰ কোনখন দেশক ‘হাজাৰ হ্ৰদৰ ভূমি’ বুলি জনা যায়?
106.
In which year did Vasco da Gama discover the sea route to India? ভাস্কো দা গামাই ভাৰতলৈ যোৱা সাগৰীয় পথটো কোন বছৰত আৱিষ্কাৰ কৰিছিল?
107.
Which Indian king defeated Seleucus Nicator, a general of the Greek King, Alexander? কোন ভাৰতীয় ৰজাই গ্ৰীক ৰজা আলেকজেণ্ডাৰৰ সেনাপতি চেলিউকাছ নিকেটৰক পৰাস্ত কৰিছিল?
108.
Which colour of light from VIBGYOR has minimum wavelength? VIBGYOR ৰ কোনটো ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য নূন্যতম?
109.
For which book was Jatindranath Dowarah awarded First Sahitya Akademi Award in Assamese Category? কোনখন গ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দোৱাৰাক অসমীয়া শিতানত প্ৰথম সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল?
110.
Which country is known as ‘Land of White Elephant’? কোনখন দেশক ‘Land of White Elephant’ বুলি জনা যায়?
111.
Which of the following Motif is present on 2000 Rupee note of Indian Currency? নিম্নলিখিত কোন ম'টিফটো ভাৰতীয় মুদ্ৰাৰ 2000 টকাৰ নোটত উপস্থিত?
112.
Q94.Which among the following sites has given the earliest evidence of the use of iron in India? তলৰ কোনটো স্থানত ভাৰতত লোহাৰ ব্যৱহাৰৰ আদিম প্ৰমাণ পোৱা গৈছে?
113.
Baikal Lake is situated in বৈকাল হ্ৰদ অৱস্থিত
114.
In which year did Babur establish the Mughal Empire in India? ভাৰতত বাবৰে কোন বছৰত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
115.
English is the official language of which Indian states? তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী ?
8 comments