×

Reasoning Mock Test for ADRE2.0 – Set 1

Reasoning Mock Test for ADRE2.0 - Set 1

Total number of Questions : 10

December 23, 2024

Q1-Q2.) T is sister of D. D is married to P. P is son of M. T is mother of J. Y is father of U. Y has only one son and one daughter. U is daughter of T. Q is son of D.

T, Dৰ ভগ্নী ।  Dৰ বিয়া Pৰ সৈতে হৈছে। P, Mৰ পুত্ৰ। T,  Jৰ মাতৃ। Y, Uৰ পিতৃ। Yৰ মাত্ৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা।  U, Tৰ কন্যা । Q, Dৰ পুত্ৰ।

Q1. How is J related to D? J ৰ সৈতে D ৰ সম্পৰ্ক কেনেকুৱা?

(Q1-Q2.) T is sister of D. D is married to P. P is son of M. T is mother of J. Y is father of U. Y has only one son and one daughter. U is daughter of T. Q is son of D.

T, Dৰ ভগ্নী ।  Dৰ বিয়া Pৰ সৈতে হৈছে। P, Mৰ পুত্ৰ। T,  Jৰ মাতৃ। Y, Uৰ পিতৃ। Yৰ মাত্ৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা।  U, Tৰ কন্যা । Q, Dৰ পুত্ৰ।


Q2. How is Q related to M?

     Q ৰ লগত M ৰ সম্পৰ্ক কেনেকুৱা?

 

Q3. If DICTIONARY is written as 20 and MOBILITY is written as 16, then in the same code ,TERMINATION  is written as

যদি DICTIONARY ক 20 হিচাপে লিখা হয় আৰু MOBILITY ক 16 হিচাপে লিখা হয়, তেন্তে একেটা কোড ৰে TERMINATION ক লিখিব?

Q4. If in a clock, the hour hand rotates 18°, then how much angle, the minute hand will rotate in the same clock?

যদি এটা ঘড়ীত ঘণ্টাৰ কটাডালে ১৮° ঘূৰে, তেন্তে একেটা ঘড়ীতে  মিনিটৰ  কটাডালে কিমান কোণ ঘূৰিব?

Q5. What should come in place of ? in the given series based on the English alphabetical order?

ইংৰাজী বৰ্ণানুক্ৰমিক ক্ৰমৰ ওপৰত ভিত্তি কৰি প্ৰদত্ত শৃংখলাত ? ঠাইত কি আহিব

Q6. If + means -, - means ×, × means÷, and ÷means +, then what will be the value of following expression?

যদি + মানে -, - মানে ×, × মানে÷, আৰু ÷ মানে +, তেন্তে তলৰ ৰাশি টোৰ মান কিমান হ’ব?

12-3+15×5÷6=?

 

Q7-Q8) Select the option that is related to the third term in the same way as the second term is related to the first term.

দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰে সম্পৰ্কিত, সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত তলৰ  বিকল্পটো বাছনি কৰক।

Q7.       Field : Farmer :: Observatory : ?

Q7-Q8) Select the option that is related to the third term in the same way as the second term is related to the first term.

দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰে সম্পৰ্কিত, সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত তলৰ  বিকল্পটো বাছনি কৰক।

Q8.     Dispur : Assam :: Panaji : ?

Q9. Which of the following numbers will replace the question mark (?) in the given series?

তলৰ কোনটো সংখ্যাই প্ৰদত্ত শৃংখলাত প্ৰশ্ন চিহ্ন (?)ৰ ঠাই ল’ব?
38, 57, 40, 59, 42, ?

Q10. How many rectangles are there in the given figure?

প্ৰদত্ত চিত্ৰত কিমান আয়তক্ষেত্ৰ আছে?

Post Comment