×

Super Mock Test for ADRE2.0 – Set 6

Super Mock Test for ADRE2.0 - Set 6
Total Number of questions : 10

1. 
The first Indian Satellite, Aryabhata, was launched in which year? প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভাট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল?

2. 
Ghoomar is the dance form of which state in India? ঘূমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ৰূপ?

3. 
What is the name of the gland that controls blood pressure in the human body? মানৱ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা গ্ৰন্থিৰ নাম কি?

4. 
Sukumar Barkaith was court poet of which Ahom king? সুকুমাৰ বৰকাইথ কোন আহোম ৰজাৰ দৰবাৰ কবি আছিল?

5. 
Mahatma Gandhi was elected President of the Indian National Congress in which year? মহাত্মা গান্ধী কোন বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল?

6. 
Which of the following countries is the largest landlocked country? তলৰ কোনখন দেশ আটাইতকৈ ডাঙৰ 'লেণ্ড লকড' দেশ?

7. 
Which of the following is the longest strait in the world? পৃথিৱীৰ আটাইতকৈ দীঘল জলদ্বীপ কোনটো?

8. 
Which of the following vitamin is a water-soluble vitamin? তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত ভিটামিন?

9. 
Kang festival is celebrated by which tribe of Manipur? মণিপুৰৰ কোন জনগোষ্ঠীয়ে কাং উৎসৱ পালন কৰে?

10. 
The Full form of URL is? URL ৰ সম্পূৰ্ণ ৰূপটো হ'ল?

Post Comment