×

Super Mock Test for ADRE2.0 – Set 6

Super Mock Test for ADRE2.0 - Set 6
Total Number of questions : 10

1. 
The Full form of URL is? URL ৰ সম্পূৰ্ণ ৰূপটো হ'ল?

2. 
Sukumar Barkaith was court poet of which Ahom king? সুকুমাৰ বৰকাইথ কোন আহোম ৰজাৰ দৰবাৰ কবি আছিল?

3. 
Which of the following is the longest strait in the world? পৃথিৱীৰ আটাইতকৈ দীঘল জলদ্বীপ কোনটো?

4. 
The first Indian Satellite, Aryabhata, was launched in which year? প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভাট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল?

5. 
Which of the following countries is the largest landlocked country? তলৰ কোনখন দেশ আটাইতকৈ ডাঙৰ 'লেণ্ড লকড' দেশ?

6. 
Mahatma Gandhi was elected President of the Indian National Congress in which year? মহাত্মা গান্ধী কোন বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল?

7. 
Which of the following vitamin is a water-soluble vitamin? তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত ভিটামিন?

8. 
What is the name of the gland that controls blood pressure in the human body? মানৱ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা গ্ৰন্থিৰ নাম কি?

9. 
Kang festival is celebrated by which tribe of Manipur? মণিপুৰৰ কোন জনগোষ্ঠীয়ে কাং উৎসৱ পালন কৰে?

10. 
Ghoomar is the dance form of which state in India? ঘূমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ৰূপ?

Post Comment