×

Super Mock Test for ADRE2.0 -Set 4

September 21, 2026

Super Mock Test for ADRE2.0

September 21, 2026
9

1. 
Haemoglobin molecule inside the red blood cells contains লোহিত ৰক্ত কণিকাত থকা হিম’গ্লবিনত থাকে

2. 
The profit of a firm is the ______ total revenue earned and total cost incurred এটা প্ৰতিষ্ঠানৰ লাভ হ’ল মুঠ উপাৰ্জিত ৰাজহ আৰু মুঠ খৰচৰ ______

3. 
When was the Treaty of Ghilazharighat signed? ঘিলাঝাৰীঘাট সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

4. 
Which city is also known as Manchester of India? কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়?

5. 
Which of the following is the allotropic form of Carbon? তলৰ কোনটো কাৰ্বনৰ এলোট্ৰপিক ৰূপ?

6. 
In which continent is Ecuador located? ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত?

7. 
In which year 14 Commercial Banks of India were nationalised? কোন চনত ভাৰতৰ ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

8. 
Mandarin’ is the official language of which neighbouring country of India?‘মেণ্ডেৰিন’ ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ চৰকাৰী ভাষা?

9. 
Boiling point of water is পানীৰ উতালংক হৈছে

3 comments

comments user
RITURAj

Mojja

comments user
Mamoni Gogoi

Mojja

comments user
Need more speed

Good content

Post Comment