Assam Police Mock Test 2025
Total Number of Questions :20
September 21, 2026
1.
Who among the following is the author of the book "The Road Ahead"? ' দ্যা ৰোড এহেড ' নামৰ গ্ৰন্থ খনৰ লিখক কোন?
2.
Immunization technique was developed by? টিকাকৰণ কৌশল বিকশিত কৰা হৈছিল?
3.
In which year did Wright brothers first successfully fly an aeroplane? কোন বছৰত ৰাইট ভাতৃদ্বয়ে প্ৰথমবাৰৰ বাবে সফলতাৰে বিমান উৰুৱাইছিল?
4.
Where is headquarter of the Sports Authority of India (SAI) Located? ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
5.
Which one of the following planets has the largest number of natural satellites or moons? তলৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ?
6.
Which of the events of Buddha’s life is known as ‘Mahabhinishkramana’? বুদ্ধৰ জীৱনৰ কোনটো ঘটনাক ‘মহাভিনিষ্ক্ৰমণ’ বুলি জনা যায়?
7.
Which poet of Assam is fondly called " Bihogi Kavi" ? অসমৰ কোনজন কবিক মৰমেৰে " বিহগী কবি" বুলি কোৱা হয়?
8.
Which strait divides Europe from Africa? কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা বিভাজিত কৰিছে?
9.
Which of the following is an Indian Research Station in the Antarctica Region? তলৰ কোনটো এন্টাৰ্কটিকা মহাদেশৰ ভাৰতীয় গৱেষণা কেন্দ্ৰ?
10.
Who was the court poet of King Harshavardhana? ৰজা হৰ্ষবৰ্ধনৰ দৰবাৰ কবি কোন আছিল?
11.
Which movement did Gandhi suspend because of the Chauri-Chaura incident? চৌৰিচৌৰা ঘটনাৰ বাবে গান্ধীজীয়ে কোনটো আন্দোলন বন্ধ কৰিছিল?
12.
Which amendment act in Indian Constitution reduced the voting age from 21 to 18? ভাৰতীয় সংবিধানৰ কোনখন সংশোধনী আইনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিছিল?
13.
How many types of the amendment are mentioned by the Indian constitution as per article 368? 368 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধানত কিমান প্ৰকাৰৰ সংশোধনীৰ কথা উল্লেখ কৰা হৈছে?
14.
When was the national anthem adopted in its Hindi version? হিন্দী ভাষাত ৰাষ্ট্ৰীয় সংগীত কেতিয়া গ্ৰহণ কৰা হৈছিল?
15.
When did the peasant revolt of Rangiya take place? ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
16.
Which Ahom King First Created the post of Burahagohain? কোনজন আহোম ৰজাই প্ৰথমে বুঢ়াগোহাঁইৰ পদ সৃষ্টি কৰিছিল?
17.
The scheme 'Pradhan Mantri Shram Yogi Maan Dhan Yojana' was launched in which year?কোন বছৰত ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন যোজনা’ আঁচনিখন আৰম্ভ কৰা হৈছিল?
18.
Which one of the following instrument is used to measure the density of milk? গাখীৰৰ ঘনত্ব জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
19.
Lakshadweep is located in which of the following seas? লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত?
20.
Which of the following was written by Kalidasa? তলৰ কোনখন গ্ৰন্থ কালিদাসে লিখিছিল ?
Post Comment