Assam Police GK Mock Test - Set 05
Total Number of Questions : 20
March 16, 2026
1.
How many degrees does the Earth rotate about its ownaxis in one hour? পৃথিৱীৱে এক ঘণ্টাত নিজৰ অক্ষৰ ওপৰত কিমান ডিগ্ৰী কোন কৰি ঘূৰে?
2.
Which of the following States is the easternmost state of India? তলৰ কোনখন ৰাজ্য ভাৰতৰ একেবাৰে পূব সীমান্তত অৱস্থিত?
3.
Which of the following alloy is made up of copper and tin? তলৰ কোনটো মিশ্ৰণ তাম আৰু টিনেৰে গঠিত?
4.
During the reign of which ahom king did the frist war between the Ahom and the koch take place? কোন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কোচৰ মাজত প্ৰথম যুদ্ধ হৈছিল?
5.
Which City is known as the "Granite City" of the world? কোনখন চহৰক বিশ্বৰ "গ্ৰেনাইট চহৰ" বুলি জনা যায়?
6.
All the judges of the Supreme Court of India are appointed by ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?
7.
Who is regarded as the father of Indian archeology? ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
8.
King Porus was defeated by Alexander the in which of the the Battles? নিম্নলিখিত কোনখন যুদ্ধত ৰজা পোৰাছক আলেকজেণ্ডাৰে পৰাস্ত কৰিছিল
9.
Under which Article of the Constitution is the President’s rule promulgated in any State in India? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়?
10.
Where in Northeast India is Kangla fort located ? কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত?
11.
Which of the following oceans is connected with the Pacific Ocean by Bering Strait? তলৰ কোনটো মহাসাগৰক বেৰিং জলদ্বীপে প্ৰশান্ত মহাসাগৰৰ সৈতে সংযুক্ত কৰে?
12.
Which of the following is not a fossil fuel? তলৰ দিয়া কোনটো জীৱাশ্ম ইন্ধন নহয়?
13.
Satyamev Jayate’ which is engraved on the Indian Emblem has been taken from ভাৰতৰ প্ৰতীকৰ তলত লিখা ‘সত্যমেৱ জয়তে’ কৰ পৰা লোৱা হৈছে
14.
Which Satra was established by Ahom king Jayadhwaj Singha? আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল ?
15.
Who sent Megasthenes to the court of Chandragupta Maurya? মেগাষ্টেনিছক কোনে চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰলৈ পঠিয়াইছিল?
16.
Which state is known as 'Gods own country' ? কোনখন ৰাজ্যক 'ঈশ্বৰৰ নিজৰ দেশ' বুলি জনা যায় ?
17.
The Armed Forces Medical College is situated in which of the following city? নিম্নলিখিত কোনখন চহৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত?
18.
Which state has the maximum forest area in India? ভাৰতৰ সৰ্বাধিক বনাঞ্চল থকা ৰাজ্য কোনখন?
19.
What is the national emblem of Australia? অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?
20.
Who among the following was the founder of Arya Samaj? তলত উল্লেখ কৰা সকলৰ ভিতৰত আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?
Post Comment