Assam Police GK Mock Test - Set 3
September 21, 2026
20
1.
The first Tea Company by British in Assam was established in which year? অসমত ইংৰাজৰ দ্বাৰা প্ৰথম চাহ কোম্পানী কোন বছৰত প্ৰতিষ্ঠা হৈছিল?
2.
What is the Chemical name of Vitamin B2 ? ভিটামিন B2 ৰ ৰাসায়নিক নাম কি?
3.
Who was the author of 'Buddha Charita'? 'বুদ্ধ চৰিত'ৰ ৰচনা কোনে কৰিছিল?
4.
The Bhortal Nritya is originated from which place? কোন স্থানৰ পৰা ভোৰতাল নৃত্যৰ উৎপত্তি হৈছে?
5.
Which of the following statements about Dr. Bhupen Hazarika is INCORRECT? ড° ভূপেন হাজৰিকাৰ বিষয়ে তলৰ কোনটো বক্তব্য ভুল?
6.
Which Indian State has the longest coastline? ভাৰতীয় কোনখন ৰাজ্যৰ উপকূল দীঘলীয়া?
7.
Which Ahom king built the Rudreshwar and Sukleshwar Devalaya ? কোনজন আহোম ৰজাই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল?
8.
Which among the following sites has given the earliest evidence of the use of iron in India? তলৰ কোনটো স্থানত ভাৰতত লোহাৰ ব্যৱহাৰৰ আদিম প্ৰমাণ পোৱা গৈছে?
9.
Which river separates the Karbi Anglong Plateau from the Naga Hills? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে?
10.
Which of the following rights was deleted from the list of fundamental rights of Indian Constitution by the 44th Constitutional Amendment Act? ৪৪ সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা তলৰ কোনটো অধিকাৰ আঁতৰোৱা হৈছিল?
11.
Badrinath temple is located on the bank of which river? বদ্ৰীনাথ মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত?
12.
Who was the first female Muslim ruler of India? ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক কোন আছিল?
13.
Nanda Devi National Park is located in which state of India? নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
14.
Which Ahom king shifted his capital to Bokota near Dihing? কোনজন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকোতালৈ স্থানান্তৰিত কৰিছিল?
15.
United Nations day is celebrated on- ৰাষ্ট্ৰসংঘৰ দিৱস পালন কৰা হয়-
16.
Jorhat Sarbajanik Sabha was founded in which year? যোৰহাট সৰ্বজনিক সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল?
17.
Where is the Headquarters of the World Health Organization situated? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
18.
In context of Memory, what is the full form of USB? Memory ৰ প্ৰসংগত USB ৰ সম্পূৰ্ণ ৰূপ কি?
19.
Manas National Park is situated in the foothill of which region? মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত?
20.
Who among the following never became the Governor of Assam? তলৰ কোনে কেতিয়াও অসমৰ ৰাজ্যপাল হোৱা নাছিল?
Post Comment