Super Mock Test for ADRE2.0 - Set 2
March 16, 2026
9
1.
The Sardar Sarovar dam is constructed on which of the following rivers? তলৰ কোনখন নদীত চৰ্দাৰ সৰোৱৰ বান্ধ নিৰ্মিত?
2.
First Indian appointed as the Governor of the Reserve Bank of India was ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱা প্ৰথম ভাৰতীয় আছিল?
3.
For which book was Jatindranath Dowarah awarded First Sahitya Akademi Award in Assamese Category? কোনখন গ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দোৱাৰাক অসমীয়া শিতানত প্ৰথম সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল?
4.
Who among the following started "Bharat Jodo Nyay Yatra" in January 2024? তলৰ কোনে 2024 চনৰ জানুৱাৰী মাহত "ভাৰত যোড়ো ন্যায় যাত্ৰা " আৰম্ভ কৰিছিল?
5.
On 21st January, three North Eastern States celebrate 'Statehood Day' , which of the following is NOT amongst these three states? 21 জানুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যই 'ৰাজ্য দিৱস' উদযাপন কৰে , তলৰ কোনখন ৰাজ্য এই তিনিখন ৰাজ্যৰ ভিতৰত নাই?
6.
Which of the following river originates from the Laisang Peak? তলৰ কোনখন নদী লাইচেং শৃংগৰ পৰা উৎপত্তি হৈছে?
7.
Ayushman Bharat Yojana was launched in which year? আয়ুষ্মান ভাৰত যোজনা কোন বছৰত আৰম্ভ হৈছিল?
8.
The Tata Iron and Steel Company (TISCO) is located at which of the following places? টাটা আইৰন এণ্ড ষ্টীল কোম্পানী (টিস্কো) তলৰ কোনটো ঠাইত অৱস্থিত?
9.
‘The Race of my Life’ is the autobiography of which of the following sportsmen? ‘মোৰ জীৱনৰ দৌৰ’ তলত উল্লেখ কৰা কোনজন খেলুৱৈৰ আত্মজীৱনী?
1 comment