Assam Police Mock Test 2025
September 21, 2026
Total Questions: 20
1.
The spring festival celebrated by Konyak tribe of Nagaland is known as ___ নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীয়ে পালন কৰা বসন্ত উৎসৱটোক কি নামেৰে জনা যায়?
2.
Study of birds is called: চৰাইৰ অধ্যয়নক কোৱা হয়:
3.
In perspective of International Organizations and their Headquarters, find out the odd one. আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বিচাৰি উলিওৱা
4.
The first Newspaper published in India was ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখন আছিল...
5.
Find the odd one out নিম্নলিখিত বিকল্পসমূহৰ পৰা অমিল শব্দটো বছি উলিওৱা
6.
What is the chemical name of common salt? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?
7.
‘Rani ki vav’ motif is present on which of the following currency notes? ‘ৰাণী কি ভৱ’ ম'টিফটো নিম্নলিখিত কোন মুদ্ৰা নোটত উপস্থিত?
8.
In which year did Indian Men's Hockey team win its first Olympic gold medal? কোন বছৰত ভাৰতীয় পুৰুষ হকী দলে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল?
9.
Who wrote the book, Ramcharitamanas? ৰামচৰিতমানস নামৰ পুথিখন কোনে লিখিছিল?
10.
Which of the following amendments inserted Article 21A in Indian constution? তলৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত 21A অনুচ্ছেদ সন্নিবিষ্ট কৰা হৈছিল?
11.
Which of the following is known as 'Khajuraho of Assam' ? তলৰ কোনটোক 'অসমৰ খাজুৰাহো' বুলি জনা যায় ?
12.
Sukumar Barkaith was a court poet of which Ahom king? সুকুমাৰ বৰকাইথ কোন আহোম ৰজাৰ দৰবাৰ কবি আছিল?
13.
Which of the following is a Biosphere Reserve in Assam? তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল?
14.
Who was the first Tirthankara of Jain religion? জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল ?
15.
Who is known as "Ekhud Kakaideu"? "এখুদ ককাইদেউ" বুলি কাক জনা যায়?
16.
Tripitakas are the sacred books of which of the following religions? তলত দিয়া ধৰ্মসমূহৰ ভিতৰত ত্ৰিপিটক কাৰ পবিত্ৰ গ্ৰন্থ ?
17.
Who composed the song “Sare Jahan se Achha Hindustan Hamara”? “চাৰে জাহা ছে আচ্ছা হিন্দুস্তান হামাৰা” গীতটো কোনে লিখিছিল?
18.
What is the primary aim of the Arunodoi Scheme? অৰুণোদয় আঁচনিৰ প্ৰধান লক্ষ্য কি?
19.
The Hayagriba Madhab Temple was built by the হয়গ্ৰীৱ মাধব মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
20.
Which colour of light from VIBGYOR has minimum wavelength? VIBGYOR ৰ কোনটো ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য নূন্যতম?
4 comments